শীৰ্ষৰ প্ৰশ্নসমূহ
Discover হ’ল এটা ম’বাইল ৱেব Android এপ্ যাক আপুনি কোনো অংশগ্ৰহণকাৰী ম’বাইল অপাৰেটৰৰ পৰা বিনামূলীয়া ডাটা ব্যৱহাৰ কৰি আপোনাৰ ম’বাইল ফোনত ইণ্টাৰনেট ব্ৰাউজ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। অংশগ্ৰহণকাৰী ম’বাইল অপাৰেটৰে আপোনাক প্ৰতি দিনে, সপ্তাহত বা মাহেকত ব্যৱহাৰ কৰিবলৈ বিনামূলীয়া ডাটাৰ এক পৰিমাণ প্ৰদান কৰিব পাৰে।
আমাৰ ম’বাইল অপাৰেটৰ অংশীদাৰসকলৰ সৈতে এটা স্থায়ী প্ৰ’গ্ৰামৰ অ’ফাৰ কৰিবলৈ, Discover-এ বিনামূলীয়া ডাটা ব্যৱহাৰ কৰাৰ সময়ত কেৱল নিম্ন-বেণ্ডউইথৰ ট্ৰেফিকহে সমৰ্থন কৰে৷ Discover-ৰ কাৰিকৰী তথ্যত ব্যাখ্যা কৰাৰ দৰে ভিডিঅ', অডিঅ', ষ্ট্ৰীমিং, ফাইল স্থানান্তৰ বা কিছুমান অন্য প্ৰকাৰৰ ডাটা-ইণ্টেনচিভ ট্ৰাফিকক অন্তৰ্ভুক্ত কৰি নিৰ্দিষ্ট বৈশিষ্টসমূহ বিনামূলীয়া ডাটা ব্যৱহাৰ কৰি থকা সময়ত সমৰ্থিত নহয়। ইণ্টাৰনেটত ভিডিঅ’ আৰু অডিঅ’ ব্ৰাউজ কৰিবলৈ আপুনি সদায় আপোনাৰ ম’বাইল অপাৰেটৰৰ পৰা ক্ৰয় কৰা ম'বাইল ডাটা ব্যৱহাৰ কৰিবলৈ পচন্দ কৰিব পাৰে৷ Discover-ৰ ব্যৱহাৰ আৰম্ভ কৰিবলৈ, আপুনি কোনো অংশগ্ৰহণকাৰী ম’বাইল অপাৰেটৰৰ পৰা আপোনাৰ ফোনত এখন ছিম কাৰ্ড ব্যৱহাৰ কৰিব লাগিব৷
এইটো সুবিধা কেৱল কিছুমান দেশতহে উপলব্ধ।
এইটো সুবিধা কেৱল কিছুমান দেশতহে উপলব্ধ।
এই সেৱাটো কেৱল কিছুমান দেশতহে উপলব্ধ।
এই সেৱাটো কেৱল কিছুমান দেশতহে উপলব্ধ।